Exams
Subjects
Classes
Home
Assamese
List of top Assamese Questions on Poetry
ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা কবিতাৰ থূল বাছি উলিওৱা ---
A. নাটঘৰ
B. কেতেকী
C. দহিকতৰা
D. বনফুল
শুদ্ধ ক্ৰমটো হৈছে:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. শিল্পী মোৰ মনেৰে তই
শিল্পী মোৰ প্ৰাণেৰে তই
শিল্পী মোৰ গানেৰে
সুৰেৰে ছবিৰে
I. বৃত্তানুপ্ৰাস
B. মৃত্যু কুশল কুশল কোঁৱৰে
বিলাই জীৱন ধন।
II. অত্যানুপ্ৰাস
C. মোৰ বাবে তুমি
নুকুবা মালতী ফুল
III. বক্ৰোক্তি
D. পাৰ্বতী দুৱাৰত সেয়া কোন ?
-শূলী
IV. যমক
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
'গোলাপী জামুৰ লগ্ন' কবিতাৰ কবিজন----
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry
‘I’ স্তম্ভৰ সৈতে ‘II’ স্তম্ভ মিলোৱাঁ
স্তম্ভ-I
স্তম্ভ-II
A. হে ঈশ্বৰ তুমি হোৱা জীৱন পোহৰ ।
দেখোমানে আচৰিত বস্তু জগতৰ ।।
I. জুমুৰি ছন্দ
B. বহুদূৰ বাট বুলি ৰ'লা কিয় ল'ৰা তুমি
মূৰ কপালত হাত থয় ।
II. লেচাৰি ছন্দ
C. হেন শুনি জাম্বৱন্ত ।
ধায়া মহা বলবন্ত ।।
III. দুলড়ি ছন্দ
D. জানকীৰ হেতু বান্ধিলাহা নাথ
দহিলা লংকা নগৰী ।
IV. পদ ছন্দ
তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
CUET (UG) - 2026
CUET (UG)
Assamese
Poetry